Thursday, November 14, 2019
Home মে' ৰ সংখ্য়াত

মে' ৰ সংখ্য়াত

নীলগিৰি পৰ্বতত অৱস্থিত দক্ষিণ ভাৰতৰ অন্যতম পহাৰীয়া ঠাই সৌন্দৰ্যৰ ৰাণী উটিলৈ যোৱাৰ হেঁপাহ বহুত দিনৰে  পৰা মনত পুহি ৰাখিছিলোঁ। উটিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা বৰ্ণনা নকৰি তাত সততে পোৱা আৰু দেখা পোৱা ফল এবিধৰ বিষয়েহে ক'ব বিচৰা হৈছে। উটিৰ ৰে'মব্য়ুতান নামৰ এই ফলবিধ বৰকৈ আৰ্কষণীয়।...Read More
'আইনা সমান হ'ব কোন, নৈৰ সমান বব কোন ?' মাতৃক লৈ অসমীয়া ভাষাত প্ৰচলিত যিমানবোৰ প্ৰবাদ বাক্য প্ৰচলিত আছে, এইষাৰেই সকলোবোৰতকৈ শ্ৰেষ্ঠ যেন লাগে । নৈ উৎপত্তিস্থলৰ পৰা ওলাই গন্তব্য স্থান নোপোৱালৈ সুদীৰ্ঘ পথ অতিক্ৰম কৰি গৈ থাকে, এনেদৰে আয়েও অৰ্থাৎ মাতৃয়েও সন্তান জন্ম নিদিয়ালৈ  অৰ্থাৎ গৰ্ভত দহ মাহ...
যোৱা  এপ্ৰিল মাহৰ এটি ফৰকাল পুৱা কৰ্মক্ষেত্ৰলৈ বুলি এফ এম ৰেডিঅ'ত গানৰ উম লৈ আছিলোঁ। গানৰ মাজত হঠাতে বাজি উঠিল এটি নাৰী কন্ঠ- "হাইঙ্গ মইৰীণা আৰু মই ৰাজতকৈ বেছি প্ৰিয়াক ভাল পাওঁ । এণ্ড আই এম্ নট্ ছৰী।' হঠাতে শুনা কথাষাৰৰ একো অৰ্থ বুজি নাপালোঁ যদিও কথাষাৰে মনটো চুই...
চকুত পলকতে এটা দিন কেনেকৈ পাৰ হৈ গ'ল তাই ধৰিবই নোৱাৰিলে । পিছদিনা ৰাতিপুৱাই চকু-কাণ মচি হাস্পতাললৈ বুলি তাই ৰাওনা হ'ল। হাস্পতালৰ কেন্টিনতে চাহ-ভাতৰ ব্যৱস্থা আছে । যেতিয়া যি খাই, তাতেই খাব বুলি ভাবি পুৱা আঠ বজাতেই হাস্পতাল চৌহদত ভৰি দিলেগৈ ।...Read More
অতীজৰ মহাৰজাসকলৰ দিনৰ পৰাই বৰ্তমানলৈকে জুত্তি ফেশ্বনৰ এক অপৰিহাৰ্য অংগ । বিভিন্ন  ডিজাইনৰ জুত্তি আমাৰ বজাৰসমূহ বিভিন্ন দামত উপলব্ধ । সোণালী সূতাৰ কাম কৰা বা ভিন্ন নক্সাৰ জুত্তিৰ ট্ৰণ্ড প্ৰায় নোহোৱাই হৈছিল । কিন্তু পুনৰ ফেশ্বনত জনপ্ৰিয় হৈছে জুত্তি অতি আকৰ্ষণীয় ৰূপত ।... Read More
'নাৰী' শব্দতেই নিহিত যি শক্তি- নাৰী দেৱী, নাৰী মাতৃ, নাৰী মমতাময়ী, নাৰী বসুমতী । কিন্তু সেই নাৰী আজি আমাৰ সমাজত  পদে পদে উপক্ষিত, পদে পদে লাঞ্ছিত । মুখৰ কথাত যেন আজিও ৰৈ আছোঁ 'নাৰী পুৰুষৰ সমানে' বুলি কোৱা আমি নাৰীবোৰ । ... Read More 
এজনে আনজনৰ সৈতে যিদৰে ভাব বিনিময় কৰিবলৈ মানুহে কথা কয়। ঠিক একেদৰেই হৃদয়ৰ অভ্যন্তৰত পুঞ্জীভূত ভাবসমূহ প্ৰকাশ কৰিবলৈ অতীজৰে পৰা মানুহে আশ্ৰয় লৈ আহিছে কলমৰ। লকমেৰে নিগৰিত শব্দৰ বাক্যৰ সমষ্টিৰেই কোনো সময়ত সৃষ্টি হৈছে কাব্য-মহাকাব্য। ... Read More 
দুৰ্ভাগ্য়বশত: যি মাকৰ মৰমৰ পৰা বঞ্চিত হৈছে, তেওঁহে উপলব্ধি কৰে মাকৰ মৰম কিমান আপুৰুগীয়া। অৱশ্য়ে পিতৃ-মাতৃৰ সন্তানৰ প্ৰতি মৰম থকাটো স্বাভাৱিক আৰু ই এক জৈৱ কাৰকো। প্ৰাণীজগতত মাকে সন্তানক নিৰাপদ আশ্ৰয়ত ৰাখি লালন-পালনৰ দায়িত্ব পালন কৰে।...Read More