Thursday, November 14, 2019
Home মাৰ্চৰ মাহত

মাৰ্চৰ মাহত

'বৰ্তমান মই সুখীনে ? জীৱনটোক লৈ মই সুখী হ'ব পাৰিছোঁনে ? এতিয়ালৈকে অতিক্ৰম কৰা জীৱনৰ বাটছোৱাত যিখিনি পালোঁ, তাক লৈ মই এগৰাকী সুখী মানুহ বুলি ভাবিব পাৰোনেঁ ? - আমি প্ৰত্যেকেই হয়তো এনেকুৱা প্ৰশ্ন কিছুমান নিজকে কৰোঁ প্ৰায়েই। ক'ব নোৱাৰাকৈয়ে কিজানিবা এনে প্ৰশ্নবোৰে মন-মগজুত ভিৰ কৰে বহু সময়ত।...Read More
হীৰুদান এটি গান- নদী গুমগুমাই, কাৰ বুকু কঁপে, পাৰভঙা নদীৰ শব্দ...খহনীয়াত মাটি-ভেটি জাহ যোৱা ছিন্নমূল গঞাৰ আৰ্তনাদ, হীৰুদাৰ অভিজ্ঞতাৰ কমাৰশালত গঢ়ি-পিটি ৰূপ লৈছে গানৰ।...Read More
সলনি হৈছে পাহাৰীয়া সৰু চহৰ ডিফুৰ চেহেৰা। ১৯৭১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ডিফু চহৰৰ বাসিন্দা আছিল মাথোঁ ১০,২০০ গৰাকী। আনহাতে ২০১১ চনৰ লোকপিয়লৰ তথ্য অুসৰি এই জনসংখ্যাং হৈছে ৬১,৭৯৭ গৰাকী। বৰ্তমানে এই সংখ্যাই সম্ভৱত: ১ লাখৰ ঘৰ স্পৰ্শ কৰিছেগৈ।...Read More
ভাৰতীয় আইন ব্যৱস্থাত সন্তানৰ পিতা-মাতা উভয়ে সন্তানৰ অভিভাৱক, পিতাৰ মৃত্যু হ"লে আইন অনুযায়ী মাক অভিভাৱক হয়। দুয়োজনৰ অবিহনে অথবা যিকোনো এজনৰ মৃত্যু হ'লে বা বিবাহ বিচ্ছেদ হৈ দুয়ো পৃথকে বসবাস কৰিলে নাবালক সন্তানৰ অভিভাৱকত্বক লৈ প্ৰশ্ন উত্থাপন হ'লে আদালতে ইয়াৰ মীমাংসা দিব লগা হয়।...Read More
প্ৰত্য়েক পিতৃ-মাতৃয়েই নিজৰ সন্তানক লৈ সপোন ৰচে। সপোনৰ সোনালী সৌধ নিৰ্মান কৰে। ইয়াক বাস্তৱত ৰূপ দিবলৈ যৎপৰোনাস্তি চেষ্টাও কৰে। ই স্বাবাৱিক কথা। কাৰণ শিশুসকলেই হ'ল ভৱিষ্য়ৎ। শিশুসকলৰ ভৱিষ্যতৰ ওপৰতেই নিৰ্ভৰ কৰে একোখন ৰাজ্যৰ, একোটা জাতি আৰু একোখন দেশৰ ভৱিষ্যৎ । ...Read More
যোগ কেৱল শাৰীৰিক ব্যায়াম, কোনো ৰোগৰ চিকিৎসা বা অতিজাগতিক কৰ্মকাণ্ডও নহয়। ইহ'ল এক জীৱনশৈলী। ই আত্মাৰ সৈতে শৰীৰ, মন, বুন্ধিৰ লগতে চৌপাশৰ পৰিৱেশৰ লগত সমন্বয় সাধন কৰে।...Read More
অশান্তিও বাঢ়িবলৈ ধৰিলে। পৰিয়ালৰ বাকীবোৰ সজস্যই নীলাঞ্জনাৰ ফূৰ্তিবাজ স্বাভাৱ ৰসাল কথাক সহজভাৱেই গ্ৰহণ কৰিছিল। নিশান্তৰ মাহীয়েক, মামীয়েক, মহাৱক, মোমায়েক, ভাই-ভনী সকলোৰেই লগত নীলাৰ সম্পৰ্ক ভাল। ৰমলাইহে সমাজক সাক্ষী কৰি তেল-সেন্দূৰ পিন্ধাই বোৱাৰী কৰি অনা নীলাক মানসিক-শাৰীৰিক কষ্ট দি অদ্ভুত সুখ অনুভৱ কৰিছিল।...Read More
সভ্যতাৰ অগ্ৰগতিৰ লগে লগে সমাজৰ সমস্যা বঢ়িব ধৰিছে। তথ্য়প্ৰযুক্তিৰ দ্ৰুত বিকাশ আৰু বিজ্ঞানৰ ন ন আবিষ্কাৰৰ লগে লগে এনেবোৰ আবিষ্কাৰৰ বলত এচাম মানুহ অধিক শক্তিশালী হৈ পৰিছে।.... Read More
সেমেকা শীতে মেলানি মগাৰ প্ৰপ্তিৰ একাঁজলি আশা লৈ ধৰাৰ বুকুলৈ নামি আহিল ফাগুন ...মন-প্ৰাণ ৰঙীন কৰি তোলা ফাগুন... এছাটি মলয়া বিয়পাই হেঁপাহৰ বগুৱা বোৱা ৰৌদ্ৰোজ্জ্ব ফাগুন। ধূলিয়ৰি বাটে বাটে ফাগুনে সিঁচি যায় পলাশ পলাশ লগা এমুঠি.... Read More