ৰীতেশ অজিত ছাৰিয়া
বাস্তু শাস্ত্ৰ যথাৰ্থতে এক পৌৰাণিক বিজ্ঞান। ভাৰতত ৰজা-মহাৰজাৰ শাসনকালতো প্ৰচলন থকা জ্যোতিষ বিদ্যা, হস্তবিদ্যা প্ৰভৃতিৰ দৰেই বাস্তু শাস্ত্ৰয়ো জনজীৱনলৈ আগবঢ়াইছে গুৰুত্বপূৰ্ণ অৱদান। এই শাস্ত্ৰৰ বিধানসমূহ ইমান বহুলভাৱে ব্যাখ্যা কৰা হৈছে যে যিসকল লোকে ইবিলাক প্ৰকৃতৰূপে পৰিপালন কৰে তেওঁলোক বিপদ-বিঘিনিৰ পৰা হাত সৰাত ফলপ্ৰসূ হয়। গৃহ নিৰ্মাণ প্ৰণালী...