Tuesday, August 14, 2018
Home প্ৰচ্ছদ প্ৰবন্ধ

প্ৰচ্ছদ প্ৰবন্ধ

“মই তোমালোকৰ ঘৰলৈ ন-কৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল, তৰাৰ দেশলৈ।” (মমতাৰ চিঠি, হেম বৰুৱা) অসমীয়া সমাজত বিবাহপাশত আবদ্ধ হৈ সাংসাৰিক জীৱনৰ পাতনি মেলা ন-কইনা এগৰাকী নতুন ঘৰ এখনলৈ আহোঁতে মনত সৃষ্টি হয় অনেক সংশয়। কিন্তু স্বামীৰ সান্নিধ্যই পিতৃগৃহ ত্যাগৰ পিছত তেওঁৰ...