Friday, November 15, 2019
Home জুলাই সংখ্য়াত

জুলাই সংখ্য়াত

সন্ধিয়াৰ পৰা একেকেইটা বাতৰিকে উৰাই-ঘুৰাই দি থকা নিউজ চেনেলকেইটা চাই ৰমাকান্ত বৰুৱাৰ আমনি লগাত টিভিটো অফ কৰি থ'লে । ওচৰতে বহি মহিলা আলোচনী এখন পঢ়ি থকা পত্নী সৰলালৈ এনেয়ে এবাৰ চালে । কি হ'ল ! ....Read More
দুবছৰমান আগতে শ্ৰদ্ধেয় হোমেন বৰগোহাঞিৰ 'জীৱনৰ সাধনা' নামৰ পুথিখন পঢ়িছিলোঁ । লেখাটোৰ কেইশাৰীমান কথাই হৃদয় আলোড়িত কৰি তুলিছিল । তেখেতে  লিখিছিল - 'এটা সুখী পৰিপূৰ্ণ জীৱনৰ বাবে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা-দীক্ষা, প্ৰেম আৰু বন্ধুত্বৰ যিমান প্ৰয়োজন, সিমানেই প্ৰয়োজন নিয়মিত ব্যায়াম আৰু শাৰীৰিক পৰিশ্ৰমৰ..... '  Read More
বহুতে কয় আমি শিপা হেৰুৱাই পেলাব নালাগে । শিপাৰ পৰা বিচ্ছিন্ন হ'লে গছ এডাল বাগৰি মাটিত পৰে। এইবাবে সন্তানে পিতৃ-মাতৃক পাহৰিব নালাগে। নিজৰ ইতিহাস মানুহে পাহৰিব নালাগে। হয়, নিজ জাতিৰ ঐতিহ্য পাহৰিলে শিপা হেৰুৱাই পেলোৱা যায়।...Read More
শাওণ মাহ বা শ্ৰৱণ মাহ হিন্দু ধৰ্মত এই মাহৰ এক বিশেষ মৰ্যাদা আছে । এই মাহটোক অতি পৱিত্ৰ বুলি গণ্য় কৰা হয়। শাওণ মাহৰ প্ৰতিটো  সোমবাৰেই অতি পৱিত্ৰ আৰু ফলদায়ীব্ৰত ধাৰণৰ উচিত সময় বুলি গণ্য় কৰা হয় যদিও প্ৰকৃততে শাওণ মাহৰ প্ৰতিটো দিনেই ব্ৰত পালনৰ বাবে উত্তম হয়।...Read More
খং-ৰাগ, মান-অভিমান এইবোৰ মানুহৰ দৈনন্দিন সহচৰ । নিতৌ লগত লৈ ফুৰিলেও সকলোবোৰ বস্তু প্ৰয়োজনীয় নহ'বও পাৰে । অহৰহ কঢ়িয়াই ফুৰা কথা এটাই উপকাৰৰ সলনি অপকাৰো কৰিব পাৰে।...Read More
কি যে আচৰিত প্ৰশ্ন নহয়নে বাৰু ? এনে এটি প্ৰশ্নৰ সন্মুখীত হ'লে যিকোনো মানুহৰ মনলৈ এনে ভাব আহিব, হয়তো অলপ খঙো উঠিব। কাৰণ স্বাভাৱিকভাৱে জীৱন যাপন কৰা এজন সুস্থ মানুহক এনে এটি প্ৰশ্ন কৰাটো নিতান্তই অপ্ৰয়োজনীয়।...Read More
শৈশৱ-জীৱনৰ এক সতেজ অধ্য়ায়, য'ত সন্নিৱিষ্ট হৈ থাকে নিৰ্মল হাঁহি, চঞ্চলতা আৰু খেল-ধেমালিৰ এখন অন্তহীন তালিকা। সেইবাবে দুখৰ দিনতো মনত প্ৰায়েই ডোলা দি থকা শৈশৱৰ মধুৰ স্মৃতিবোৰ বন্ধু-বন্ধৱী, আত্মীয় বা কেতিয়াবা কনিষ্ঠসকলৰ লগতো ৰোমন্থন কৰা হয়।...Read More
জীৱনৰ প্ৰতিটো মুহূৰ্তকে অৰ্থময় কৰি গঢ়ি তুলিবলৈ লাগিব এক যাদুকৰী দণ্ড। সেই যাদুকৰী দণ্ডডাল আন একো নহয় সেয়ে হ'ল আমাৰ সুন্দৰ জীৱন যাপনৰ কলা বা কৌশলসমূহ, যাক কোৱা হয় ইংৰাজীত Life skill। ই যেন এক সুকুমাৰ কলা।... Read More