Wednesday, September 18, 2019
Home জীৱনৰ মঞ্চ

জীৱনৰ মঞ্চ

পৃথিৱীৰ মেপখনত এটা অংশ চাই খুব ভাল লাগে। অংশটো একেবাৰে ওপৰৰ ফালে। উত্তৰ মেৰুৰ পৰা অলপহে দূৰ। এফালে ৰাছিয়া, আনফালে আমেৰিকা। মাজতে প্ৰায় পঞ্চাশ মাইল বহল এডোঙা পানী। এলাপেচা পানী নহয়। বৰফৰ দৰে শীতল, কিন্তু জুইৰ দৰে খঙাল এই পানীডোঙাৰ নাম বেৰিং প্ৰণালী। বা বেৰিং সাগৰ। ইয়াতে দুখন বিশাল...
২০০৮ চনত 'ছেকেণ্ড ছেক্স' নামৰ এখন নাট কৰিছিলোঁ। নতুন অথচ ব্যৰ্থ প্ৰয়াস। ব্যৰ্থ বুলি কৈছোঁ শতকৰা হাৰত দৰ্শকৰ প্ৰতিক্ৰিয়াৰ ওপৰত ভিত্তি কৰি। আনপিনে নিৰৱচ্ছিন্ন নাট্যকৰ্মী হিচাপে নতুন বাট বিচৰা যাত্ৰাক আমাৰ বাবে সেয়া এটা উজুটি, যাৰ বাবে খোজ কাঢ়ি গৈ থাকোঁতে চকু নপৰা বহূতো দৃশ্য চোৱাৰ সুযোগ ঘটিল। নাটখনৰ...