Friday, November 15, 2019
Home এপ্ৰিল ৰ সংখ্য়াত

এপ্ৰিল ৰ সংখ্য়াত

ঘৰখন সজাবৰ বাবে সৰু-ডাঙৰ সকলোবিধ সামগ্ৰীয়ে অতিকৈ গুৰুত্বপূৰ্ণ । ঘৰখনৰ সাজসজ্জাত কোঠাৰ ৰং, আচবাব আদি আনুষংগিত উপাদানৰ সুষম ব্যৱহাৰ অতি প্ৰাসংগিক । আজি আমি আলোচনা কৰিম দৰ্জা-খিৰিকীৰ পৰ্দাসমূহৰ বিষয়ে । গৃহসজ্জাত পৰ্দাসমূহে কোঠা শুৱনি কৰাত যথেষ্ট সহায় কৰে।...Read More
পৰম্পৰা শব্দৰ মূল অৰ্থ হ'ল জাতি-ধৰ্ম-বৰ্ণ অথবা নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা নিৰ্বিশেষে প্ৰতিজন ব্যক্তিয়ে বহন কৰি অহা স্বকীয় বৈশিষ্ট্য । পৰম্পৰাগত সাজ এযোৰ হ'ল প্ৰতিজন সামাজিকভাৱে বসবাস কৰা পুৰুষ বা নাৰীৰ প্ৰথম পৰিচয়।...Read More
চহৰীয়া জীৱন নিশ্চয় সকলোৰে প্ৰিয় । সময়ৰ লগে লগে চহৰীয়া জীৱনলৈও যথেষ্ট পৰিৱৰ্তন আহিছে । সময় আৰু ব্যস্ততাৰ একপ্ৰকাৰ পাকঘূৰণিৰ ঠিক মাজতেই আমি আছোঁ বাবেই বহূ সময়ত এনেবোৰ বিৰাট পৰিৱৰ্তনৰ সামান্যতম আভাসো নাপাওঁ । ... Read More
জীৱন এটা নিচা । জীৱন একাকী সংগ্ৰাম । তথাপি অনুপম । সাংগাতিক লয়লাসত আৰম্ভ হয় আৰু নমোৰম মূৰ্চনাৰে সমাম্পি ঘটে । এই জীৱনৰ চালিকা শক্তিয়েই হ'ল প্ৰেমৰ আৰ্তি ।... Read More
সভ্যতাৰ আলোকৰ কিৰণ ধৰিত্ৰীৰ বুকুত পৰাৰে পৰা বিবাহ নামৰ অনুষ্ঠানটো মুকলি হয়, য'ত দুটি প্ৰাণ এক হয় ৷ আৱেগ-অনুভূতি, সুখ-দুখ ভগাই লোৱা হয় ৷ বিয়া শব্দটোতে সোমাই থাকে এক মধুৰ অনুভৱ, অজান শিহৰণ, এক অপ্ৰকাশিত সৌন্দৰ্য আৰু দুটি পৰিয়ালৰ সু-সম্পৰ্ক ৷....Read More
আধুনিক বিশ্বত ফটোগ্ৰাফীৰ সমাদৰ আজি সৰ্বত্ৰ ৷ মুহূৰ্ততে বন্দী কৰি ৰখা প্ৰতিটো দৃশ্যই সত্যৰ দলিল হিচাপে স্বীকৃত ৷ কাৰণ ফটোগ্ৰাফীয়ে ফাঁকি নিদিয়ে ৷ সময়ৰ লগে লগে ফটোগ্ৰাফীৰ ব্যাপকতা, ইয়াৰ ধৰণ-কৰণ আজি বাঢ়িছে ৷... Read More
এজনী ধুনীয়া পৰীৰ দৰে ছোৱালী ৷ দেখাত এনে যে শুৱনি, চালে তাই থাকিবলৈ মন যায়৷ কিন্তু তাইৰ কঁকালৰ তলৰ অংশ মাছৰ দৰে ৰূপোৱালী ৷ তাইৰ ঘৰনো ক'ত ককা ? মই সুধিলোঁ ৷ ককাইত পৰাই উত্তৰ দিলে পানীত ৷ তায়ো আমাৰ দৰে স্কুললৈ যায় নে ?...Read More
এজন নাম-যশ, টকা-পইচা থকা ব্য়ক্তিৰ মহানগৰত থকা বাসভৱনত এটি ঘৰুৱা নিমন্ত্ৰণ দিবলৈ উপস্থিত হৈছিলোঁ অলপতে ৷ প্ৰায় দয়-বাৰবাৰ কলিংবেল টিপিলো ৷ ভিতৰত মানুহ থকাৰ সঁহাৰি পালোঁ ৷ তিনি মহলীয়া বিশাল ভৱনটোত কেইবাখনো বিলাসী গাড়ী ' বে'চমেন্ট'ত ৰৈ আছিল ৷ Read More