Wednesday, November 13, 2019
Home আমাৰ বিয়া

আমাৰ বিয়া

প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম অবিহনে নিৰস জীৱন। প্ৰেমৰ সফল পৰিণতি বিবাহ। কিছুমানৰ বাবে এই পথ সুগম হয় আৰু কিছুমানে এই পথত সন্মুখীন হয় বহুতো বাধাৰ। তাতোকৈ অধিক কঠিন হয় যদিহে এই বিবাহ অসবৰ্ণ হয়। একবিংশ শতিকা গৰকাৰ পাছতো আমাৰ সমাজৰ বেছিসংখ্যক মানুহে অসবৰ্ণ বিয়াত একেবাৰতে সন্মতি প্ৰদান নকৰে।...