Wednesday, November 13, 2019
Home আগষ্টৰ সংখ্যাত

আগষ্টৰ সংখ্যাত

মেইক্ আপ কোনেদৰে কৰা যায় সেই বিষয়ে জনাৰ লগতে মেইক্ আপ সামগ্ৰীৰ লগত জড়িত বিভিন্ন সমস্যাৰ বিষয়ে জনাটো আৰু এই সমস্যাসমূহ আমি কেনেদৰে সমাধান কৰিম তাক জনাটো খুবেই দৰকাৰ। তাৰ কাৰণেই আমি এনেধৰণৰ সমস্যাসমূহ আৰু তাৰ সমাধানৰ বিষয়ে আজি কিছু কথা আলোচনা কৰিম।.....Read More
যাবলৈ আছে। বহুদূৰ যাবলৈ আছে। কিন্তু কঠিন পৃথিৱী। হয়, ৰুক্ষ-জীৰ্ণ লক্ষ্যৰ কামিজ। ভুল-ভ্ৰান্তিৰে ভৰা জীৱনৰ দীঘলীয়া যাত্ৰাপথত মানুহৰ সৰ্বোচ্চ সফলতা লুকাই থাকে সুন্দৰ হৈ থকাত। দেহ-মনেৰে সুন্দৰ হৈ থাকিব নোৱাৰিলে সফলতা হৈ পৰে বিফলতা।...Read More
'হৃদয়ে হৃদয়ৰ বুকুৰ ঠাল-ঠেঙুলি, হোমৰ জুইত বাকী দিওঁ, আৰু এঙাৰ কৰোঁ নিদ্ৰাৰ সৌন্দৰ্য। মই তাইক পিন্ধাও মাছৰ বাকলিৰ এধাৰ মালা, আৰু তাই মোক শামুকৰ। এয়া নীলিম কুমাৰৰ বিবাহ উৎসৱ নামৰ এটা দীঙলীয়া কবিতাৰ দূযাৰি। এই কবিতাটিও তেওঁ আৰু এষাৰ কথা নিখিছে।.... Read More
মানৱ জীৱনত আশাবাদী মন হৈছে সঞ্জীৱনী সুধা। আশাই মনুহক জীয়াই থকাৰ প্ৰেৰণা আৰু উৎসাহ দিয়ে। যি মানুহক সুস্থ দেহ-মন, তেৱেঁই আশাক জীপাল কৰি জীৱনৰ বাটত অগ্ৰসৰ হয়। সেই কাৰণে আমাৰ প্ৰতিজন লোকে এটা আশাবাদী মন লৈ আনন্দপূৰ্ণ হৃদয়ৰ গৰাকী হোৱা উচিত। সুস্থ আৰু আনন্দদায়ক চিন্তা আৰু সফল আশাবাদী মন...
আমি নাৰীসকলে সদায় সৌন্দৰ্য সাধনা কৰোঁ। সুন্দৰকৈ সাজপাৰ পৰিধান কৰি থাকিবলৈ সকলোৱে ইচ্ছা কৰোঁ। মনলৈ প্ৰশ্ন আহে, নাৰী কিয় সদায়েই  ধুনীয়া হৈ থাকিব বিচাৰে ? মনৰ জোলোঙাত লুকাই থকা ভাববোৰ জোকাৰি চাওঁতে এই কথাৰ কিছু উমান পালোঁ। সচাকৈ, নাৰী সদায়েই ধুনীয়া হৈ থাকিব বিচাৰে।........Read More