Sunday, June 9, 2019
Home আইনাত স্বাস্থ্য

আইনাত স্বাস্থ্য

হাৰ্টৰ বাবে খাদ্য খাওক, কিন্তু মনত ৰাখিব যাতে খাদ্যৰ বাবে হাৰ্ট নষ্ট নহয়। পুৰণি কালৰ পৰা মানুহৰ খাদ্যৰ ক্ষেত্ৰত প্ৰকৃতিৰ লগত এক নিবিড় সম্পৰ্ক আছে। বিশেষকৈ খাদ্যাভ্যাসৰ ক্ষেত্ৰত মানুহে সদায় প্ৰকৃতিৰ পৰাই বিভিন্ন প্ৰয়োজনীয় খাদ্য আহৰণ কৰি আহিছে। বাৰীত থকা বিভিন্ন ফলমূল যেনে– ৰবাব টেঙা, আমলখি, মধুৰি আম, কলাজামু...
আজিকালি সমগ্ৰ বিশ্বতে অত্যধিক কৰ্মব্যস্ততাৰ লগত মানুহৰ খাদ্যাভ্যাসৰ সলনি হৈছে। আধুনিক প্ৰতিযোগিতামূলক পৃথিৱীখনৰ লগত ফেৰ মাৰিবলৈ গৈ মানুহৰ খোৱা-বোৱাৰ প্ৰতি গুৰুত্ব কমি গৈছে। খোৱা-বোৱাৰ কোনো নিয়মানুৱৰ্তিতা নোহোৱা হৈছে। সময়ৰ অভাৱত অতি কম সময়তে তৈয়াৰ কৰিব পৰা কিছুমান অস্বাস্থ্যকৰ খাদ্য মানুহে দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে। বাহিৰৰ ৰেস্তোৰাঁ বা ফুটপাথত...
সাধাৰণ ৰোগৰ পৰা উপশম পাবলৈ কেইজনমান ব্যক্তিয়ে আমালৈ কিছু প্ৰশ্ন আগবঢ়াইছিল। তাৰে একাংশ তেওঁলোকৰ হৈ আমি আগবঢ়াইছো ডাঃ অশ্বিনী বেজবৰুৱালৈ। ১) প্ৰশ্নঃ মোৰ নাকটো প্ৰায়ে বন্ধ হৈ থাকে, উশাহ ল'বলৈ কষ্ট হয়। ডাক্তৰক দেখুৱাইছিলোঁ। এলাৰ্জী আছে বুলি ক'লে, ঔষধ দিলে। কিন্তু ভাল নাপালোঁ। এটা পৰামৰ্শ বিচাৰো। ৰঞ্জু ডেকা/ ৩০ বছৰ/ নলবাৰী উত্তৰঃ...