ফুল নুফুলিলেইবা কি হ’ল তাতে…

মানৱ জীৱনৰ প্ৰকৃত আনন্দৰ উৎস হ'ল চিন্তাশক্তি আৰু শক্তিশালী দৃষ্টিভংগী। শাৰীৰিক পুষ্টিৰ সমানেই মানসিক পুষ্টিৰো বিকাশ সাধনা হয় সংগীতৰ জৰিয়তে। সংগীতৰ বিচিত্ৰতা, বিশালতা আৰু গভীৰতাই মানৱ জাতিক সদায় অভিভূত কৰি আহিছে।...Read More

মনৰ দাপোণত জীৱন দৰ্শন…

মন বুলিলেই ই এক আধ্যাত্মিক ধাৰণা। যাক কল্পনা কৰিব পাৰি, কিন্তু স্পৰ্শ কৰিব নোৱাৰি। মনৰ চিন্তা, ইচ্ছা-অনিচ্ছা, অনুভূতিসমূহ এক মানসিক প্ৰক্তিয়া। ''Biology gives you a brain, but life turns it into mind." Jeffrey Eugenides. জেফ্ৰই কোৱা…

পজিটিভ এনাৰ্জী

ধনাত্মক শক্তি  পজিটিভ এনাৰ্জীয়ে আমাক সদায় মানসিকভাৱে সুস্থ আৰু সবল কৰি ৰাখে। আমি যদি সদায় ধনাত্নক চিন্তা বা কাম কৰোঁ তাৰ প্ৰতিফলন আমাৰ জীৱনতো ....Read More

উৎসৱ আৰু উপাৰ্জন

পূজা বুলিলেই সকলোৰে মনলৈ আহে দুৰ্গা পূজাৰ কথা। শৰৎ ঋতুৰ কোলাত আগমন ঘটে শাৰদী ৰাণীৰ। শেৱালি ফুলৰ গোন্ধেৰে সন্ধিয়াৰ চোতাল আমোল-মোলাই থাকে। ফৰকাল আকাশৰ  স্নিগ্ধ জোনাকৰ সাজেৰে পৃথিৱীত পৰেহি শেৱালি।...Read More

সুৰাপান আৰু স্বাস্থ্য

বৰ্তমান যুগত সুৰাপান মানুহৰ মাজত এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে দেখা দিছে। এলকহল সেৱনৰ ফলত মানুহে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব লগা হয়। আজিও সমাজত প্ৰাপ্তবয়স্কৰ পৰা কম বয়সৰ ল'ৰা-ছোৱালীয়ে এলকহল সেৱন কৰা দেখা যায়। ...Read More