বাহিৰত দোপালপিটা বৰষুণ। তাৰ মাজে মাজে পাতলীয়া বতাহৰ ছন্দহীন নাচোন। কোঠাটোত এখন চেগুন কাঠেৰে সজা মেজ। মেজৰ ওপৰত কেইবাখনো কিতাপ। তাৰেই এখন উপন্যাসত মগ্ন আইৰিন। খিৰিকীবোৰ জপোৱা নাই। সেমেকা বতাহজাকে উৰুৱাই অনা পৰ্দাবোৰে উপন্যাসৰ পাতবোৰ অাউলিয়াই আছে। বৰষুণৰ এচাৰকনিয়ে মেজখনৰ ইফাল-সিফাল চুইছে। ……Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here