আপোনজন

তিনিআলিৰ দাঁতিতে পুতলী বুঢ়ীৰ ঘৰ। ঘৰ নুবুলি এঠা জুপুৰি বোলাহে ভাল হ’ব। দুকোঠলীয় জুপুৰীটোৰ সৈতে পিছফালে এখন সৰু চালি। তাতে বুঢ়ীয়ে ৰন্ধা-বঢ়া কৰে। বাৰিষা দিলে পানী নপৰা নহয়, পৰে। পানী পৰিলেই বুঢ়ীৰ নাতিনীয়েকে গমলা, বাটি, ঘটি আদি নিৰ্দিষ্ট স্থানত পাতি দিয়াহি। কিন্তু এইবিলাকৰ পৰা ছিটিকি অহা পানীয়ে মিজয়াখন অধিক পিছলহে কৰি তোলে। কেতিয়াবা বুঢ়ী এনেকুৱাতে পিছল খাই পৰে। পৰিলেই  তেওঁ খঙত টিকচি-বিকচি গুৱাল গালিবোৰ শুনিবলৈ আমোদজনক।……Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here