সৃষ্টিৰ আঁৰতে লুকাই থাকে শিল্পীৰ সাৰ্থকতা। এজন শিল্পী সময়তকৈ আগবাঢ়ি থাকে। গতিশীল শিল্পী এগৰাকীৰ বাবে অভিজ্ঞতা, বীক্ষণ,বিচক্ষণ, আণুবীক্ষণিক শিল্পদৃষ্টি এইবোৰ নিৰ্ভৰযোগ্য সম্পদ। শক্তিশালী ভাবনাৰ গ্ৰহণযোগ্য বাস্তৱায়নৰ বাবে ডাঙৰ সম্পদ হ’ল সুবিন্যস্ত প্ৰকাশভংগী আৰু মাধ্য়মৰ নিখুঁত সদ্ব্যৱহাৰ। বাস্তৱেই নিৰ্ধাৰণ কৰে এজন শিল্পীৰ কলাত্মক অন্বেষণৰ স্বকীয়তা আৰু পূৰ্ণতা। Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here