… ‘হেমলেট’ ত কোৱাৰ দৰে ‘অন্তোষ্টিক্ৰিয়াত উল্লাসিত হোৱা আৰু বিবাহত পালন কৰিব লাগে শোকপৰ্ব অনুষ্ঠানৰ। বিবাহ এনে এক বিষয় য’ত বেছিসংখ্য়ক মহিলাই আকাংক্ষাবোৰক লৈ বীতশ্ৰদ্ব হৈ পৰে, আৱেগৰ বশৱৰ্তী হৈ অন্তঃসত্ত্বা হয়, আশাবোৰ সংপৃক্ত হৈ পৰে, বিস্বাস বৰ্তাই ৰাখিবলৈ কষ্টসাধ্য় হৈ পৰে। বিবাহ হৈছে একপ্ৰকাৰৰ আশ্বাস, এক প্ৰতিশ্ৰুতি আৰু যিসকলে বিবাহৰ গণ্ডীত সোমায়, খুব সম্ভৱ তেওঁলোকৰ বিবাহৰ দৰে স্থায়ী সম্পৰ্ক এটাত দীৰ্ঘদিন থকাৰ সম্পৰ্কত নিজকে আশ্বস্ত কৰিবলৈ অসুবিধা হয়। তেওঁলোকৰ বিভিন্ন ব্যৱহাৰৰ জৰিয়তে সেয়া স্পষ্ট হৈ পৰে, তাৰে কিছুসংখ্য়কে বিবাহ সম্পৰ্কত সন্দেহ আৰু দোদুল্যমান অৱস্থাত থাকে, ঠিক সেইদৰে তেওলোকে সিদ্ধান্ত ল’ব নোৱাৰা কাক বিয়া কৰাব। তেওঁলোকে নিজকে কোনো এজনৰ সতে জীৱন কটাবলৈ প্ৰস্তুত কৰিব নোৱাৰা আৰু ইয়াৰ বাবে বিভিন্ন অজুহাত বিচাৰে আৰু বিষয়টো পিছুৱাই ৰাখে।… Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here