…অসমীয়া সাহিত্যৰ গতিত ধ্বজাবাহক নহ’লেও কাঠামোৰ বৰপেৰাৰ পৰা জনগণলৈ এটা প্ৰতিবাদী যাত্ৰা তুলি ধৰিছিল কবি নীলমণি ফুকনে। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত স্ব-মহিমাৰে যি সাহিত্যৰ ভাগ-বিসৰ্জন হৈছিল তাৰ প্ৰভাৱতেই তেনে প্ৰগতিশীল চৰ্চাৰ জন্ম হোৱা বুলি ক’ব খোজে। কেইবাটিও গোটে আত্মপ্ৰকাশৰ স্বৰ স্বাপনা কৰে। এহাতে মাৰ্ক্সীয় দৰ্শন আৰু আনহাতে এলিয়ট, এজৰা পাউণ্ড আদিৰ দৰে আধুনিক বিস্ময়কৰ ভাবাবেগী ছবিকথক। দুয়োটি গোটে অসমীয়া সাহিত্যত নৱৰং সিচি দিলে। উৰ্বৰা পৰিৱেশ এটাত তেতিয়াই গঠন গ’ল আন্তৰিক নিবেদনৰ কৰুণ সুৰ আৰু ভগ্নাংশৰ ভিতৰি স্ফীত প্ৰকাশ। মন আৰু সচেতনতাৰ যুগলবন্দী। সচাঁ অৰ্থত, প্ৰতিটো বসন্তৰ প্ৰাককথন যেন আকৌ আমি আৰম্ভ কৰিব পাৰোঁ ‘অলপ আগতে আমি কি কথা পাতিছিলো’ ৰ পৰৱৰ্তী অনুভূত অংশ।…Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here