…ফিটনেছৰ প্ৰথম পৰ্বটো খুবেই আকৰ্ষণীয় আৰু উচাহজনক হ’ব কিয়নো সকলোৱে একোটা পৰ্যায়ত নিজৰ চহৰখন বা ঘৰখনৰ পৰিয়ালক ফিটনেছৰ প্ৰতি আৰ্কষিত কৰিব। হঠাৎ সলনি হোৱা অভ্য়াসে মনৰ দূৰত্ব অতিক্ৰম কৰি নতুন লক্ষ্যলৈ হাবিয়াস বৃদ্ধি কৰাব। জগতৰ সমস্ত শক্তি নিজৰ শৰীৰত অনুভৱ কৰিব আৰু দুৰ্লংঘ প্ৰাচীৰকো ভেদ কৰিবলৈ তৎপৰ হ’ব। ফিটনেছৰ প্ৰথম পৰ্ব সেয়েহে কেৱল শাৰীৰিক সাধাৰণ অভ্য়াসেই নহয়, ই মনৰ জগততো এক নতুন বিস্ময় ঘটাব। আমি হৈ পৰিম একো একোজন সূক্ষ্ম দুঃসাহসিক পৰ্যবেক্ষক আৰু এই পৰ্যবেক্ষণে শৰীৰত নতুন প্ৰাণৰ সঞ্চাৰ কৰিব।…Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here