…পোৰামাটিত পোত খাই থকা এখিনি দিন হাতৰ মুঠিৰে আটি বান্ধি থৈ আহিছিলোঁ। জাৰ-জহ একোকে পৰোৱাই নকৰি বাটত থিয় হৈ চানা বিক্ৰী কৰা মানুহজনক শেলুৱৈ ধৰা চকুযোৰ দেখি আজি প্ৰথমবাৰলৈ ডেইজীলৈ মনত পৰিল। বুকুত এসোপা অভিমান আৰু খঙৰ বাদে একোকেই নথকা দেউতাই মোক আৰু মই দেউতাক কোনোদিনেই আত্মীয় বুলি ভাবিব নোৱাৰিলোঁ। সৰু মাহীক মাহী মা বুলি মাতিবলৈ কোৱাৰ দিন ধৰিবলৈ দেউতা মোৰ বাবে একেখন ঘৰতে থকা এজন বহিৰাগত হৈ পৰিছিল। তেতিয়াৰ পৰাই নিজকে এটা খোলাৰ মাজত সুমুৱাই ৰাখিছিলোঁ।….Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here