হাঁহিৰে বন্ধোৱা প্ৰণৱ জৰী

….এই দ্বিতীয় পুত্ৰজনক চোৱাৰ বাবে মনত তীব্ৰ হাবিয়াস আছিল। এদিন সেই সুযোগ পালে তেওঁ। অহুকাণে-পহূকাণে খবৰ পালে নবীন ছাৰৰ দ্বিতীয়জন পুত্ৰ আহিছে। ফুট-ফুটীয়া ফ্ৰক এটা পিন্ধি ৱালখনৰ সিপাৰে থকা ঘৰটোত জখলা লৈ জুমিবলৈ লাগিল। হঠাৎ তেওঁ চিঞৰি উঠিল- ‘অ’ মা, ছাৰৰ দ্বিতীয় ল’ৰাটো দেখিলোঁ, অলপ ক’লা, এয়াৰফ’ৰ্চত চাকৰি কৰে।’ সেয়াই আৰম্ভণি। লাহে লাহে চাৰি চকুৰ মিলন হ’ল। বিমল দাসৰ মনটোও যেন ফুটুকা ফুটুকী চোলা পিন্ধা ছোৱালীজনীৰ পিনে ঢাল খালে। সময় বাগৰিল, প্ৰেমৰ জুয়ে দুয়োকে বাৰুকৈয়ে দহিল। বিছনাত পেট পেলাই বাইদেৱে গুণগুণাইছিল প্ৰেমৰ গীতবোৰ।….  Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here