….উশাহ-নিশাহ আমাৰ মগজুক কোষ সমূহক সজাগ কৰে। সেয়েহে গভীৰ শ্বাস-প্ৰশ্বাসে নাৰ্ভাছনেছত সাময়িক প্ৰতিকাৰৰূপে কাম কৰিব পাৰে। এটা নাৰ্ভাছ মনক সান্তকৰাত ই সহায়ক হয়। কিয়নো প্ৰশ্বাসে অতিৰিক্ত পৰিমাণত অক্সিজেন মগজুলৈ কঢ়িয়াই লৈ যায়। ফলত আমাৰ ষ্ট্ৰেচ কমে। বিশেষকৈ ইন্টাৰভিউৰ সময়ত, য’ত এটা পেনেলৰ সন্মুখত আমি কথাৰ উত্তৰ দিব লাগে, তেনে সময়তো প্ৰাকমুহূৰ্তত কিছু সময় অন্য সকলো বাদ দি দীঘল উশাহ লোৱাৰ বাদে আন কোনো হ্ৰস্ব অনুশীলনে কাম নিদিব। বহূ সময় আিম নাৰ্ভাছ হ’লে নিজৰ শাৰীৰিক সীমাকো দৃষ্টি দিয়া উচিত।…. Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here