…..’আত্মবিশ্বাস’ (Self confidence) মানেনো আমি কি বুজোঁ ? আত্মবিশ্বাস (Self confidence), আত্মমৰ্যাদা (Self esteem) আৰু আত্মদক্ষতা (Self efficiency)ৰ ধাৰণা একেই নাকি ? যদিও সৰ্বসাধাৰণ লোকে এই তিনিওটা ধাৰণা প্ৰায়েই একেই বুলি ধৰি লয়। কিন্তু মনোবিজ্ঞানীসকলে এই তিনিওটা ধাৰণাই পৃথক পৃথক ব্যাখ্যা আগবঢ়াইছে। মনোবিজ্ঞানৰ বহল ক্ষেত্ৰখনত বহুলভাৱে উদ্ধৃত আৰু গ্ৰহণযোগ্য এজন পণ্ডিত হ’ল এলবাৰ্ট বান্দুৰা । তেখেতে আগবঢ়োৱা সংজ্ঞা হ’ল এজন ব্যক্তিৰ জীৱনত সংঘটিত হ’ব লগা এজন ব্যক্তিৰ জীৱনত সংঘটিত হ’ব লগা ঘটনাপ্ৰৱাহক প্ৰভাৱিত কৰিবলৈ সেইজন ব্যক্তিৰ নিজৰ সমৰ্থতা বা সক্ষমতাৰ ওপৰত বিশ্বাস। আত্মদক্ষতাৰ ধাৰণাটোৰ এটা প্ৰধান উপাদান হ’ল যে ই ভৱিষ্যমুখী। কোনো এজন ব্যক্তিৰ জীৱনত আহিবলগীয়া সময়খিনিত সম্ভাব্য ঘটনাৰাজিক প্ৰভাৱিত কৰিবলৈ নিজৰ ওপৰত বিশ্বাসেই হ’ল আত্মদক্ষতাৰ সংজ্ঞাৰ মূল ধাৰণা।……

Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here