……প্ৰত্যক্ষ ইচ্ছামৃত্যু এক বিতৰ্কিত বিষয়। কেৱল নেডাৰলেণ্ড আৰু বেলজিয়ামতহে ই এক বৈধ পদ্ধতি। ইয়াৰ বিপৰীতে পৰোক্ষ ইচ্ছামৃত্যু গোটেই বিশ্বতে বহুল ব্য়ৱহৃত পদ্ধতি আৰু সেয়েহে ই কম বিতৰ্কিত।

ভাৰতবৰ্ষত কিন্তু ইচ্ছামৃত্য়ু আৰু দয়া মৃত্যু (Many Killy) দুয়োটাই অবৈধানিক। কাৰণ মৃত্য়ুৰ প্ৰয়াস, যি ইচ্ছাৰ কৰ্যকাৰীকৰণ পিছতহে সম্ভৱ, ভাৰতীয় দণ্ডবিধিত ৩০৯ ধাৰাত অধীনত এক অপৰাধ- আত্মহত্যাৰ অপৰাধ।

একেদৰে দয়াময়া, যি হ’ল অসহনীয় পীড়াৰ পৰা ৰোগীক মুক্তি দিয়াৰ বাবে মানৱীয় ভাবনাৰে প্ৰেৰিত এক প্ৰয়াস, সি ভাৰতীয় দণ্ডবিধানৰ ৩০৪ ধাৰাত বৰ্ণোৱা সদোষ হত্যা (Culpable Homicide)ৰ অপৰাধ।……

Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here