…….মুনিন বৰুৱাৰ চিত্ৰনাট্যৰ আন এটা উল্লেখনীয় দিশ হৈছে চিত্ৰনাট্য এখন ৰচনা কৰাৰ সময়ত তেওঁ নিৰ্ধাৰণ কৰা নায়ক-নায়িকাই হওক বা আন কোনো সৰু চৰিত্ৰ এটাৰ বাবে বাছনি কৰা অভিনেতা-অভিনেত্ৰীয়েই হওক, তাৰ কোনো বিকল্প ৰখা নাছিল। অৰ্থাৎ চিত্ৰনাট্য ৰচনা কৰাৰ সময়ত নায়ক যতীন বৰা বা নায়িকা নিশিতা গোস্বামীয়েই হ’ব বুলি লিখিছে, তেন্তে সেইটো তেওঁলাকেই কৰিব লাগিব। আনকি এক মিনিটৰ দৃশ্য এটাৰ বাবে হ’লেও তেওঁ অভিজ্ঞ বা পোছাদাৰী শিল্পীকেই অভিনয় কৰোৱাইছিল।

ফ্লিমমেকাৰ হিচাপে তেওঁ যিমানেই বিদেশ ভ্ৰমণ নকৰক বা মচলাধৰ্মী চিনেমা নিৰ্মাণ নকৰক কিয়, মনে প্ৰাণে তেওঁ খাটি অসমীয়া। তিল দিয়া হাঁহৰ মাংস, কেৰেলা, নিমপাত ভজা, মাটিদাইল-ঔটেঙা অসম্ভৱ প্ৰিয় তেওঁৰ।….. Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here