…………১৮৫৯ চনত ইউ এছ এৰ পেনচিলভেনিয়াত বিশ্বৰ সৰ্বপ্ৰথম তেলখাদ হোৱাৰ মাত্ৰ তিনি দশকৰ পিছতেই ১৮৮৯ চনত অসমৰ ডিগবৈত এছিয়া মহাদেশৰ ভিতৰত সৰ্বপ্ৰথম কমাৰ্চিয়েল খাৰুৱা তেল আৱিস্কাৰ হয়। এতিয়া ডিগবৈ তেল শোধনাগাৰ হৈছে বিশ্বৰ ভিতৰতে পুৰণি কৰ্যক্ষম তেল শোধনাগাৰ। এইক্ষেত্ৰত ডিগবৈ মাত্ৰ এখন তোলপথাৰ নহয়, ই বিশ্বৰ অইল ইণ্ডাষ্ট্ৰীৰ আচলতে এক museum, কি গৌৰৱময় অধ্য়ায়। এনে এক গৌৰৱময় অতীতৰ পাছতো আমাক নগৰ-চহৰবোৰত বিশেষ একো অৰ্থনৈতিক পৰিৱৰ্তন আৰু ডেভলপমেন্ট আমি কিয় দেখা নাপাওঁ। প্ৰশ্ন নহয় জানো। উত্তকটো হ’ল ভাৰতৰ বিশালতা আৰু ভাৰতৰ ব্শাল জনসংখ্য়া। আৰু এই অনুপাতে আমাৰ খাৰুৱা তোলৰ উতপাদন তোনেই কম। মাত্ৰ ৯ মিলিয়ন জনসংখ্য়াৰ ইউনাইটেড আৰৱ এমিৰেটছৰ খাৰুৱা তোলৰ উতপাদন ভাৰতৰ উতপাদনৰ প্ৰায় চাৰি গুণ।……..

Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here