…………সময়ৰ গতিশীলতাত সমাজ ব্য়ৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে বৰ্তমান সময়ত দেশ কিম্বা সমাজৰ সামাজিক পৰিস্থিতি যথেষ্ট জটিল হৈ পৰিছে। এনেক্ষেত্ৰত নাৰীৰ সুৰক্ষাৰ বিষয়টো যথেষ্ট গুৰুস্বপূৰ্ণ। বিশেষকৈ এগৰাকী অকলশৰীয়া মহিলা সমাজৰ হাজাৰটা সমস্যাৰ সন্মুখীন হ’ব লগা হয়। বিভিন্ন প্ৰত্যাহ্বান নেওচি ওগৰাকী মহিলাই সমাজত এককভাৱে সমস্যা সমাধানত ব্ৰতী হ’বলগীয়া হয়।

অকলশৰীয়া নাৰীৰ ক্ষেত্ৰত সমাজত প্ৰত্ব্য়াহ্বান নেওচি জীয়াই থাকিবলৈ হ’লে পোনতে শিক্ষাৰ যথেষ্ট প্ৰয়োজন। শিক্ষিত নাৰীয়ে পুৰুষৰ সমানেই নিজক স্বাৱলম্বী কৰি আৰ্থিক স্বাৱলম্বিতা ল’ব পাৰে।……………

Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here