প্ৰয়োজনীয় সামগ্ৰী-

ছাগলী মাংস- আধা কেজি।

পিঁয়াজ- ৩০০ গ্ৰাম।

বটা আদা-নহৰু-ডাঙৰ চামুচেৰে দুই চামুচ।

গোটা গৰম মছলা- এক চামুচ।

ৰিফাইন- সৰু কাপত এক কাপ।

নিমখ- সোৱাদ অনুযায়ী

 

তৈয়াৰ কৰা প্ৰণালীঃ

প্ৰেছাৰ কুকাৰত ৰিফাইনখিনি ঘৰম কৰক। এতিয়া গোটা গৰম মছলাখিনি দি দিয়ক। পিঁয়াজখিনি ডাঙৰ ডাঙৰকৈ কাটি তেলত দি কাঢ়াকৈ ভাজক। এতিয়া আদা-নহৰু পেষ্টখিনি দি অলপ ভাজি ছাগলী মাংসখিনি দিয়ক অলপ ভাজি আধা কাপ পানী দি পাঁচটা হুইচেল মাৰি নমাওক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here