২০০৮ চনত ‘ছেকেণ্ড ছেক্স’ নামৰ এখন নাট কৰিছিলোঁ। নতুন অথচ ব্যৰ্থ প্ৰয়াস। ব্যৰ্থ বুলি কৈছোঁ শতকৰা হাৰত দৰ্শকৰ প্ৰতিক্ৰিয়াৰ ওপৰত ভিত্তি কৰি। আনপিনে নিৰৱচ্ছিন্ন নাট্যকৰ্মী হিচাপে নতুন বাট বিচৰা যাত্ৰাক আমাৰ বাবে সেয়া এটা উজুটি, যাৰ বাবে খোজ কাঢ়ি গৈ থাকোঁতে চকু নপৰা বহূতো দৃশ্য চোৱাৰ সুযোগ ঘটিল। নাটখনৰ প্ৰথম দৰ্শনী ব্যৰ্থ হোৱাৰ পিছতো সি কঢ়িয়াই আনিছিল আমালৈ সম্ভাৱনা আৰু সম্ভাৱনাৰ উতসাহ লৈ সন্মুখীন হোৱা বিভিন্ন প্ৰশ্ন,

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here