মাতৃ বন্দনা

‘আইনা সমান হ’ব কোন, নৈৰ সমান বব কোন ?’ মাতৃক লৈ অসমীয়া ভাষাত প্ৰচলিত যিমানবোৰ প্ৰবাদ বাক্য প্ৰচলিত আছে, এইষাৰেই সকলোবোৰতকৈ শ্ৰেষ্ঠ যেন লাগে । নৈ উৎপত্তিস্থলৰ পৰা ওলাই গন্তব্য স্থান নোপোৱালৈ সুদীৰ্ঘ পথ অতিক্ৰম কৰি গৈ থাকে, এনেদৰে আয়েও অৰ্থাৎ মাতৃয়েও সন্তান জন্ম নিদিয়ালৈ  অৰ্থাৎ গৰ্ভত দহ মাহ দহ দিন ধৰি ধাৰণ কৰাৰ পৰা মৃত্য়ুৰ পৰলৈকে সন্তানৰ প্ৰতি এবুকু মৰম ধাৰণ কৰি থাকে। …

You might also like

Leave A Reply

Your email address will not be published.