যোৱা  এপ্ৰিল মাহৰ এটি ফৰকাল পুৱা কৰ্মক্ষেত্ৰলৈ বুলি এফ এম ৰেডিঅ’ত গানৰ উম লৈ আছিলোঁ। গানৰ মাজত হঠাতে বাজি উঠিল এটি নাৰী কন্ঠ- “হাইঙ্গ মইৰীণা আৰু মই ৰাজতকৈ বেছি প্ৰিয়াক ভাল পাওঁ । এণ্ড আই এম্ নট্ ছৰী।’ হঠাতে শুনা কথাষাৰৰ একো অৰ্থ বুজি নাপালোঁ যদিও কথাষাৰে মনটো চুই গ’ল।…Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here