চকুত পলকতে এটা দিন কেনেকৈ পাৰ হৈ গ’ল তাই ধৰিবই নোৱাৰিলে । পিছদিনা ৰাতিপুৱাই চকু-কাণ মচি হাস্পতাললৈ বুলি তাই ৰাওনা হ’ল। হাস্পতালৰ কেন্টিনতে চাহ-ভাতৰ ব্যৱস্থা আছে । যেতিয়া যি খাই, তাতেই খাব বুলি ভাবি পুৱা আঠ বজাতেই হাস্পতাল চৌহদত ভৰি দিলেগৈ ।…Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here