এজনী ধুনীয়া পৰীৰ দৰে ছোৱালী ৷ দেখাত এনে যে শুৱনি, চালে তাই থাকিবলৈ মন যায়৷ কিন্তু তাইৰ কঁকালৰ তলৰ অংশ মাছৰ দৰে ৰূপোৱালী ৷ তাইৰ ঘৰনো ক’ত ককা ? মই সুধিলোঁ ৷ ককাইত পৰাই উত্তৰ দিলে পানীত ৷ তায়ো আমাৰ দৰে স্কুললৈ যায় নে ?…Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here