জীৱনদায়ী শক্তিৰ আধাৰ আশাবাদী মন

মানৱ জীৱনত আশাবাদী মন হৈছে সঞ্জীৱনী সুধা। আশাই মনুহক জীয়াই থকাৰ প্ৰেৰণা আৰু উৎসাহ দিয়ে। যি মানুহক সুস্থ দেহ-মন, তেৱেঁই আশাক জীপাল কৰি জীৱনৰ বাটত অগ্ৰসৰ হয়। সেই কাৰণে আমাৰ প্ৰতিজন লোকে এটা আশাবাদী মন লৈ আনন্দপূৰ্ণ হৃদয়ৰ গৰাকী হোৱা উচিত। সুস্থ আৰু আনন্দদায়ক চিন্তা আৰু সফল আশাবাদী মন এটাৰ গৰাকী হ’ব পাৰিলে মানুহৰ জীৱনত সুখৰ নৈ প্ৰবাহিত হোৱাটো ধুৰূপ।…. Read More

You might also like

Leave A Reply

Your email address will not be published.