সৰাপাতৰ চেতাৰত জীৱন-প্ৰেম-মৃত্যুৰ ছিম্ফনী

 

…বাট নাই, সময়ে কাটে জীৱনৰ বাট। যি বাটেৰে গৈ গৈ এদিন জীৱনে স্পৰ্শে মৃত্যুৰ উচ্ছল জ্বলপ্ৰপাত। সকলো অসত্য, আকাশ মাথোঁ ভ্ৰান্ত ধাৰণা, চিগাৰেটৰ ‘সুখটান’ত মুক্তিৰ সন্ধান কেৱল বেপৰোৱা কায়দা, প্ৰকৃত সত্য সময়। গতি-ৰূপান্তৰৰ নায়ক ঘঁড়ীৰ কাঁটাঁৰ টিক্ টিক প্ৰতিেটা লহমা। সময়ৰ বুকুত সকলো স্থবিৰ, গান্ধী-লিংগন-হোচি মিন অথবা বহূৰক্তাক্ত ইতিহাসৰ আৰম্ভণি কুৰুক্ষেত্ৰ-কলিংগ-চৌৰাচিয়া। ইনিৰুদ্ধ সময়ৰ মজিয়াত অঁকা থাকে দুঃস্বপ্নৰো নক্সা, দুৰ্দিনৰ আল্পনা। সম্ভৱতঃ সময়-দুঃসময়ৰ ঘৰ্ষণে জীৱনক কৰি তোলে মাটি আৰু মানুহৰ প্ৰেমিক, শূণ্য়তাত প্ৰসাৰিত কৰিবলৈ শিকায় অসহায় ছাঁ।

You might also like

Leave A Reply

Your email address will not be published.